November 5, 2023 বুঢ়াচাপৰি অভয়াৰণ্যত বেদখলকাৰীৰ আক্ৰমণত আহত এজন বনকৰ্মী… Share FacebookTwitterWhatsAppTelegramKooEmail বুঢ়াচাপৰি অভয়াৰণ্যত বেদখলকাৰীৰ দৌৰাত্ম্য। অভয়াৰণ্যখনত বনকৰ্মী-বেদখলকাৰীৰ মাজত মাৰপিট। আৰিমাৰি বন শিবিৰৰ ভূমি দখলমুক্ত কৰিবলৈ যোৱাৰ সময়তে এই ঘটনা। বেদখলকাৰীৰ আক্ৰমণত আহত এজন বনকৰ্মী। Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026