November 15, 2023 অবৈধ তীৰৰ বিৰুদ্ধে তীব্ৰতৰ নগাঁও আৰক্ষীৰ অভিযান… Share FacebookTwitterWhatsAppTelegramKooEmail অবৈধ তীৰৰ বিৰুদ্ধে তীব্ৰতৰ নগাঁও আৰক্ষীৰ অভিযান। আৰক্ষীৰ জালত তীৰ সম্ৰাট বাবুল আলীৰ ঘণিষ্ঠ দীনেশ বাচফৰ। কেইমাহমান পূৰ্বে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাবুল আলীক। নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছে দীনেশ বাচফৰক। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026