November 15, 2023 জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰিল বাছ… Share FacebookTwitterWhatsAppTelegramKooEmail জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰিল বাছ। ৩৮জন যাত্ৰী নিহত, আহত হৈছে বহুকেইগৰাকী যাত্ৰী। দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান। ডোডা জিলাৰ ত্ৰুংগলত এই ভয়ংকৰ দুৰ্ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026