উজনি-মাজুলী, ১৮ নৱেম্বৰঃ মঙ্গলবাৰে উজনি মাজুলীৰ চিৰাম উচ্চতম মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলে ছাত্ৰ -ছাত্ৰী সকলক প্ৰেৰণা যুগুৱাৰ উদ্দেশ্যে “চক্ৰবেহু ” নামৰ এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰি উলিয়াই । শিক্ষকে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে বিদ্যালয়ৰ ছাত্ৰী মৃণালী শইকীয়া আৰু উপাসনা হাজৰিকাই । বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দ্বীপেন কলিতাই । পদুম কুমাৰ মহন্ত , কৃষ্ণৰাম বৰাৰ মুখ্য উপদেষ্টাত প্ৰস্তুত কৰা প্ৰাচীৰ প্ৰত্ৰিকা খনিৰ সম্পাদনা সমিতিত আছে সম্পাদক বিমান গগৈ সভাপতি মৃদুল বৰা । উন্মোচনী অনুষ্ঠানত উপস্থিত থকা অন্যান্য শিক্ষক-কৰ্মচাৰী সকল হল প্ৰভূনাথ ভগত, মহেন্দ্ৰ বৰা, মাধৱ শইকীয়া ,যদু প্ৰসাদ শইকীয়া, প্ৰদীপ বৰা, অৰুণ মিলি, মহেন্দ্ৰ হাজৰিকা, যোগানন্দ ৰাজখোৱা, দুতিৰাম বৰা। ছাত্ৰ একতা সভাৰ সম্পাদক বিতুপন দাস আৰু চৌকিদাৰ পুলিন শইকীয়াইও অনুষ্ঠানটিত অংশগ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…
- ৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…
- দলগাঁৱৰ পাণবাৰীত দৰিদ্ৰ মহিলাক গছত হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ…
- শহুৰেকৰ যৌতুকৰ দাবী মানি নলৈ কন্যাক ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আনিলে পিতৃয়ে…
- জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত মুত্যু গিৰিশ পেগু নামৰ যুৱকজনৰ…
- বেছিভাগ মানুহৰে পেট বঢ়া! বঢ়া পেট কমাব কেনেকৈ? শিকি লওক টিপচ…
- কালদিয়া নৈত সন্ধানহীন কিশোৰীৰ সন্ধানত SDRFৰ অভিযান…
- খোৱাৰ পিছতো ভোক লাগে নেকি? নিশ্চয় এই ৫টা ভুল কৰিছে…
- ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert, ক’ত, ক’ত হ’ব বৰষুণ…