November 22, 2023 কাছাৰত দুৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক গ্ৰেপ্তাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail কাছাৰত দুৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক গ্ৰেপ্তাৰ৷ কালাইন উন্নয়ন খণ্ডৰ পাইকান দীঘৰখাল গাঁও পঞ্চায়তৰ সচিব দত্ত ৷ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে কৃপাশংকৰৰ বিৰুদ্ধে তৰিছিল গোচৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026