দিপীলা, ১৯ নবেম্বৰঃ দিপীলাত সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে বিশেষ চিকিৎসা পদ্ধতি অৱলম্বন কৰা ৰোগ নিৰাময় আৰু যোগ কেন্দ্ৰ মুকলি কৰে হিমালয় শৰ্মাই ৷ ৰোগ নিৰাময়ৰ বাবে প্ৰাকৃতিক চিকিৎসাৰ উপকাৰিতা সম্পৰ্কে বহল ব্যাখ্যা আগবঢ়াই যোগ আৰু প্ৰাকৃতিক চিকিৎসক তথা পশ্চিম দৰং যোগ মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিমালয় শৰ্মাই ৷ ভাষনৰ মাজতে শৰ্মাই এগৰাকী যোগ প্ৰশিক্ষকৰ দ্বাৰা ‘মৃত্তি স্নান’ চিকিৎসাৰ পৰিবেশনৰ ডেমো আগবঢ়ায়। সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থাৰ দৰং জিলা সমিতিয়ে দিপীলাৰ পেৰেডাইছ ইংলিছ স্কুলত আয়োজন কৰা অনুষ্ঠানত দৰঙৰ কেইবাজনো যোগ প্ৰশিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি পেৰেডাইছ ইংলিছ স্কুলত মুকলি কৰা হয় এটি “আৰোগ্য যোগ সেৱা কেন্দ্ৰ”।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…