November 26, 2023 যোৰাবাট আৰক্ষীৰ জালত চোৰাং গো-ধনসহ সৰবৰাহকাৰী… Share FacebookTwitterWhatsAppTelegramKooEmail যোৰাবাট আৰক্ষীৰ জালত চোৰাং গো-ধনসহ সৰবৰাহকাৰী। এখন ১৪ চকীয়া ট্ৰাকত সৰবৰাহ কৰা হৈছিল ৩০টাকৈ গো-ধন। আটক ছাদ্দাম হুছেইন, আশিস আহমেদ নামৰ ২ সৰবৰাহকাৰী। যোৰাবাট আৰক্ষীয়ে জব্দ কৰিছে গোভৰ্তি বাহনখন। Author: দৈনন্দিন বাৰ্তা Related Articles অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026