November 29, 2023 বলিউডৰ ছুুপাৰষ্টাৰ ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি কোনে দিলে… Share FacebookXWhatsAppTelegramKooEmail ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি। ছ’চিয়েল মিডিয়াযোগে হত্যাৰ ভাবুকি দিছে অভিনেতাগৰাকীক। নিৰাপত্তাৰ দিশটো পুনৰীক্ষণ কৰিছে মুম্বাই আৰক্ষীয়ে। ইতিমধ্যে ছলমান খানক মুম্বাই আৰক্ষীয়ে প্ৰদান কৰিছে Y-প্লাছ নিৰাপত্তা। Author: দৈনন্দিন বাৰ্তা Related Articles ডিচেম্বৰত লখিমপুৰৰ বছা গাঁৱত প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা দৈনন্দিন বাৰ্তা - October 11, 2026 বলীউডৰ প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান । Nana Patekar দৈনন্দিন বাৰ্তা - October 8, 2026 চেক বাউন্স গোচৰত অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড, বৃহৎ অংকৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ দৈনন্দিন বাৰ্তা - July 12, 2026