November 29, 2023 বলিউডৰ ছুুপাৰষ্টাৰ ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি কোনে দিলে… Share FacebookTwitterWhatsAppTelegramKooEmail ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি। ছ’চিয়েল মিডিয়াযোগে হত্যাৰ ভাবুকি দিছে অভিনেতাগৰাকীক। নিৰাপত্তাৰ দিশটো পুনৰীক্ষণ কৰিছে মুম্বাই আৰক্ষীয়ে। ইতিমধ্যে ছলমান খানক মুম্বাই আৰক্ষীয়ে প্ৰদান কৰিছে Y-প্লাছ নিৰাপত্তা। Author: দৈনন্দিন বাৰ্তা Related Articles Achyut Potdar: ৩ ইডিয়টছৰ জনপ্ৰিয় অভিনেতা অচ্যুত পটদাৰৰ মৃত্যু দৈনন্দিন বাৰ্তা - August 19, 2025 হেমন্ত দত্তৰ প্ৰয়ানত শোক । HEMANTA DUTTA দৈনন্দিন বাৰ্তা - August 12, 2025 নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে ।Nagaon দৈনন্দিন বাৰ্তা - August 12, 2025