December 3, 2023 ছত্তিশগড়ত আগবাঢ়িছে বিজেপি… Share FacebookTwitterWhatsAppTelegramKooEmail ছত্তিশগড়তো বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি আছে প্ৰতিদ্বন্দিতা। ৯০ খন আসনৰ বাবে হোৱা এই নিৰ্বাচনৰ ভোটগণনাত এতিয়ালৈকে বিজেপিয়ে ৪৬ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগহগ্ৰেছে ৪৪ খন আসনত আগবাঢ়ি আছে। অন্যান্য আগবাঢ়ি আছে ২ খন আসনত। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 PM narendra modi: দিল্লীক অসমৰ কাষ চপাই অনা প্ৰধানমন্ত্ৰীগৰাকী দৈনন্দিন বাৰ্তা - June 10, 2026 ৰাজ্যত প্ৰয়োজনীয় খাদ্য-সামগ্ৰী নিজেই উৎপাদনৰ লক্ষ্যৰে কাম কৰিব লাগিব দৈনন্দিন বাৰ্তা - June 10, 2026