December 6, 2023 কলিয়াবৰৰ নাহৰ চুকত নিশা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰৰ নাহৰ চুকত নিশা পথ দুৰ্ঘটনা৷ তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা গছত৷ গছত খুন্দা মাৰি দ খাৱৈত পৰিল বাহনখন৷ বাহনখনত আছিল ৩জনকৈ লোক৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন৷আহত ৩ জন তেজপুৰৰ তিৰু বৰা, ৰহিন ইংতি, অনন্ত বৰ্মন৷ Author: দৈনন্দিন বাৰ্তা Related Articles অসম বিধানসভাত উত্থাপন UCC বিধেয়ক দৈনন্দিন বাৰ্তা - May 25, 2026 মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত গুৱাহাটীত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদ্যাপন । Sarbananda Singha দৈনন্দিন বাৰ্তা - May 24, 2026 এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma: দৈনন্দিন বাৰ্তা - May 20, 2026