অনলাইন বাৰ্তা , ২২ নৱেম্বৰ : গোপাস্ৰমী উপলক্ষে আজি মহানগৰীৰ ফটাশিল’ এন এছ ৰোড স্হিত গোশালাত অখিল ভাৰত হিন্দু যুৱ মৰ্চাই গো-মাতা পূজন অনুষ্ঠিত কৰে ৷ ৰাষ্ট্ৰীয় অধ্যক্ষ শিৱম মিশ্ৰৰ পৰামৰ্শ মৰ্মে ৰাজ্যিক সমিতিৰ তৰফৰ গো-মাত পূজন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নিমন্ত্ৰিত অতিথি হিচাপে ৰাজ্য চৰকাৰৰ বিত্ত নিগমৰ অধ্যক্ষ বিজয় গুপ্তা উপস্থিত থাকি গো সুৰক্ষা ওপৰত মাক দৰ্শন কৰে ৷ তেওঁ লগতে কয় ৰাজ্যত অতি শীঘ্ৰেই গো মাংস বন্ধ হ’ব লাগে ৷ অধ্যক্ষ গৰাকীয়ে গৰুৰ উপকাৰীতা সন্দৰ্ভত বক্তব্য আগবঢ়াই ৷ উল্লেখ্য যে অখিল ভাৰত হিন্দু যুব মৰ্চাৰ ৰাজ্যিক সদস্য ক্ৰমে অৰুন গুপ্তা, বিদ্যানন্দ উপাধ্যায় , প্ৰবীৰ পাল, শত্ৰঘন চৌহান অৰুন আচাৰ্য অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়াই ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু…
- জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত এজন যুৱক…
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…