December 12, 2023 কাছাৰৰ কাটিগড়াত চলিছে ৰঙা মাটিৰ ক’লা বেহা… Share FacebookTwitterWhatsAppTelegramKooEmail বৰাকত আৰম্ভ ৰঙামাটিৰ ছিণ্ডিকেট। কাছাৰৰ কাটিগড়াত চলিছে ৰঙা মাটিৰ ক’লা বেহা। পাহাৰ কাটি তহিলং কৰি ট্ৰাকে ট্ৰাকে মাটি সৰবৰাহ ভূ-মাফিয়াৰ। ভূ-মাফিয়াৰ তাণ্ডৱত সংকটত বন্যপ্ৰাণী। Author: দৈনন্দিন বাৰ্তা Related Articles অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026