December 12, 2023 IPLৰ ২০২৩ৰ নিলামত স্থান পালে অসমৰ ৪ ক্ৰিকেটাৰে… Share FacebookTwitterWhatsAppTelegramKooEmail IPLৰ ২০২৩ৰ নিলামত স্থান পালে অসমৰ ৪ ক্ৰিকেটাৰে। নিলামত স্থান লাভ কৰা অসমৰ খেলুৱৈকেইজন হ’ল আকাশ সেনগুপ্তা, মৃন্ময় দত্ত, মোক্তাৰ হুছেইন আৰু সুমিত ঘাদিগাঁওকাৰ। BCCI-এ ঘোষণা কৰিলে ডুবাইত IPLৰ নিলাম হ’ব লগা খেলুৱৈৰ তালিকা। Author: দৈনন্দিন বাৰ্তা Related Articles মাত্ৰ ৭ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিশ্বজিৎ কলিতা, জালুকবাৰীৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু । Jalukbari Accident দৈনন্দিন বাৰ্তা - September 29, 2026 ঢকুৱাখনাত প্ৰথমবাৰৰ বাবে ‘ঢকুৱাখনা প্ৰিমিয়াৰ লীগ’ ছিজন-১ঃ খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন, ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ ৰণ দৈনন্দিন বাৰ্তা - September 28, 2026 এছিয়ান গেমছত তৃতীয়টো স্বৰ্ণজয় ভাৰতৰ দৈনন্দিন বাৰ্তা - September 26, 2026