December 13, 2023 আজি মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড০ মোহন যাদৱৰ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি মধ্যপ্ৰদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড০ মোহন যাদৱৰ। ভূপালৰ মতিলাল নেহৰু ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ। Author: দৈনন্দিন বাৰ্তা Related Articles মুখ্যমন্ত্ৰীৰ সপোন দেখা গৌৰৱৰ ওপৰত আস্থা নাই হাইকমাণ্ডৰ দৈনন্দিন বাৰ্তা - June 28, 2026 TMCৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ মমতা বেনাৰ্জীক দৈনন্দিন বাৰ্তা - June 23, 2026 ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায় দৈনন্দিন বাৰ্তা - June 22, 2026