ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বিশাল যোগদান কাৰ্যসূচী…

আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক বিশাল যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ নীতি,

আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক তথা ছাত্ৰনেতা দিব্যজ্যোতি মেধিৰ নেতৃত্বত তিনিশৰো অধিক আছুৰ নেতা-কৰ্মীৰ

লগতে অন্যান্য দল নেতা-কৰ্মী তথা সমাজসেৱকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Related Articles