সংসদৰ নিৰাপত্তাৰ সুৰুঙাক লৈ ক্ষুণ্ণ বিৰোধী। ঘটনাক লৈ কংগ্ৰেছে আনিব সদন স্থগিতৰ প্ৰস্তাৱ।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে আনিব সদন স্থগিতৰ প্ৰস্তাৱ। ঘটনাক লৈ I.N.D.I.Aৰ সংসদীয় দলৰো বৈঠকৰ আয়োজন।

১০ বজাত অনুষ্ঠিত হ’ব I.N.D.I.Aৰ সংসদীয় দলৰ বৈঠক। ঘটনাৰ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে গঠন কৰিছে বিশেষ চেল।

