December 15, 2023 তৃতীয়খন T20ত টীম ইণ্ডিয়াৰ বৃহৎ জয় ! দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০৬ ৰানত জয়ী ভাৰত… Share FacebookTwitterWhatsAppTelegramKooEmail তৃতীয়খন T20ত টীম ইণ্ডিয়াৰ বৃহৎ জয় ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০৬ ৰানত জয়ী ভাৰত ৷ প্ৰথমে বেট ধৰি ২০২ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে৷ কুলদীপ যাদৱৰ দুৰ্দান্ত বলিঙত বিধ্বস্ত দক্ষিণ অফ্ৰিকা৷ Author: দৈনন্দিন বাৰ্তা Related Articles মাত্ৰ ৭ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিশ্বজিৎ কলিতা, জালুকবাৰীৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু । Jalukbari Accident দৈনন্দিন বাৰ্তা - September 29, 2026 ঢকুৱাখনাত প্ৰথমবাৰৰ বাবে ‘ঢকুৱাখনা প্ৰিমিয়াৰ লীগ’ ছিজন-১ঃ খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন, ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ ৰণ দৈনন্দিন বাৰ্তা - September 28, 2026 এছিয়ান গেমছত তৃতীয়টো স্বৰ্ণজয় ভাৰতৰ দৈনন্দিন বাৰ্তা - September 26, 2026