December 16, 2023 কলিয়াবৰৰ দেওচুৰত নিশা চলন্ত ট্ৰাক জ্বলিল দাওদাওকৈ… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰৰ দেওচুৰত নিশা চলন্ত ট্ৰাকত জুই ৷ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দাওদাওকৈ জ্বলিল ট্ৰাকখন ৷ নগাঁৱৰ পৰা যোৰহাট অভিমুখী আছিল ট্ৰাকখন৷ কাৰিকৰী বিজুতিৰ ফলতেই জ্বলি উঠে ট্ৰাকখন৷ কথমপি প্ৰাণ ৰক্ষা চালক-হেণ্ডিমেনৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত গুৱাহাটীত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদ্যাপন । Sarbananda Singha দৈনন্দিন বাৰ্তা - May 24, 2026 এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma: দৈনন্দিন বাৰ্তা - May 20, 2026 ডেৰ বছৰৰ অপেক্ষাৰ অন্তত ইৰান-আমেৰিকাৰ অস্থিৰ পৰিস্থিতিৰ মাজতে মোদী-ট্ৰাম্পৰ বৈঠকৰ সম্ভাৱনা.. দৈনন্দিন বাৰ্তা - May 20, 2026