December 16, 2023 বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে IAS শেৱালি দেৱীৰ জামিন… Share FacebookTwitterWhatsAppTelegramKooEmail IAS শেৱালি দেৱী শৰ্মাৰ জামিন নাকচ ৷ বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে শেৱালি দেৱীৰ জামিন৷ SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত আছিল শেৱালি ৷ বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰতে আছে শেৱালি দেৱী শৰ্মা৷ Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026