December 17, 2023 কাছাৰৰ কাটিগড়াত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত জব্দ ২৩০০ কেজি বাৰ্মিজ চুপাৰি… Share FacebookTwitterWhatsAppTelegramKooEmail কাছাৰৰ কাটিগড়াত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত জব্দ ২৩০০ কেজি বাৰ্মিজ চুপাৰি। জব্দ এখন বলেৰ’ পিক আপ বাহন। বাহনৰ পৰা চালকৰ পলায়ন। সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026