ডিৰাক সীমান্ত,২৫ নৱেম্বৰ : অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল’বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ফিল’বাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ আছে আমন্ত্ৰণমূলক ২২ সংখ্যক “ফিল’কাপ ২০২০ ” ফুটবল প্ৰতিযোগীতা। আজি ফিল’কাপৰ খেল অনুষ্ঠিত হয় ডিফেনডিং ছেম্পিয়ন বদৌচা এফ চি বনাম সঞ্জীৱ ব্ৰহ্ম এফ এ তিনিচুকীয়া মাজত। ফিল’কাপৰ আজিৰ উত্তেজনাপূৰ্ণ খেল খন নিৰ্ধাৰিত সময়ত গ’ল শূন্যভাৱে সামৰণি পৰাত খেল পৰিচালকে ট্ৰাইবেকাৰ পদ্ধতি ব্যৱহাৰ কৰে। তিব্ৰ উত্তেজনাপূৰ্ণ খেল খনত ছাডেন দেথৰ যোগেদি সঞ্জীৱ ব্ৰহ্ম এফ এ দলে ডিফেনডিং ছেম্পিয়ন বদৌচা এফ চি দলক ৭-৬ গ’লৰ ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আজি খেল পৰিচালনা কৰে ৰিয়াজ চুতীয়া,অৰুপ চুতীয়া, ডিম্বেশ্বৰ নাথ আৰু চতুৰ্থত কাশ্মীৰ কুজুৰে। অহাকাইলৈ “ফিল’কাপ ২০২০” আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব লেকাং এফ চি অৰুণাচল বনাম দুলীয়াজান এফ চি মাজত।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…