December 18, 2023 কাছাৰৰ সোনাইত আৰক্ষীৰ জালত অপহৰণকাৰী… Share FacebookTwitterWhatsAppTelegramKooEmail কাছাৰৰ সোনাইত আৰক্ষীৰ জালত অপহৰণকাৰী। মেঘালয়ৰ বৰ্ণিহাটৰ পৰা জমিল আহমদক গ্ৰেপ্তাৰ। জমিলৰ বিৰুদ্ধে নাৱালিকাক অপহৰণৰ অভিযোগ। দেওবাৰে মেঘালয়ৰ বৰ্ণিহাটৰ পৰা উদ্ধাৰ কৰে অপহৃতাক। ধৃত জমিলৰ ঘৰ হোজাইৰ ফৰমাপাৰ গাঁৱত। Author: দৈনন্দিন বাৰ্তা Related Articles কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ । দৈনন্দিন বাৰ্তা - December 18, 2025 গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM দৈনন্দিন বাৰ্তা - December 18, 2025 ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi দৈনন্দিন বাৰ্তা - December 16, 2025