December 19, 2023 গোলাঘাটৰ বৰপথাৰৰ ওপৰলাংঠা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড… Share FacebookXWhatsAppTelegramKooEmail গোলাঘাটৰ বৰপথাৰত লোমহৰ্ষক হত্যাকাণ্ড৷ ৪ বছৰীয়া সন্তানক ভৰিৰে গচকি গচকি হত্যা পিতৃৰ ৷ বৰপথাৰৰ ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ হত্যা কৰি বাসগৃহৰ চৌহদত মৃতদেহ পোতাৰ চেষ্টা কৰিছিল প্ৰশান্ত হাওৱে৷ Author: দৈনন্দিন বাৰ্তা Related Articles ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা দৈনন্দিন বাৰ্তা - November 4, 2026 ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা দৈনন্দিন বাৰ্তা - October 31, 2026 ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ দৈনন্দিন বাৰ্তা - October 31, 2026