December 19, 2023 গোলাঘাটৰ বৰপথাৰৰ ওপৰলাংঠা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড… Share FacebookTwitterWhatsAppTelegramKooEmail গোলাঘাটৰ বৰপথাৰত লোমহৰ্ষক হত্যাকাণ্ড৷ ৪ বছৰীয়া সন্তানক ভৰিৰে গচকি গচকি হত্যা পিতৃৰ ৷ বৰপথাৰৰ ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ হত্যা কৰি বাসগৃহৰ চৌহদত মৃতদেহ পোতাৰ চেষ্টা কৰিছিল প্ৰশান্ত হাওৱে৷ Author: দৈনন্দিন বাৰ্তা Related Articles কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ । দৈনন্দিন বাৰ্তা - December 18, 2025 গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM দৈনন্দিন বাৰ্তা - December 18, 2025 ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi দৈনন্দিন বাৰ্তা - December 16, 2025