December 20, 2023 নিশা চানমাৰি উৰণসেতুত দুৰ্ঘটনা ! দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাহনখনৰ চালক… Share FacebookTwitterWhatsAppTelegramKooEmail নিশা চানমাৰি উৰণসেতুত দুৰ্ঘটনা। ডিভাইডাৰত খুন্দা তীব্ৰবেগী বাহনৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাহনখনৰ চালক। সম্প্ৰতি চালকজনক GMCHত ভৰ্তি। সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026