চৰাইদেউৰ সোণাৰি জোঁকতলী চাহ বাগিছা প্ৰেক্ষাগৃহৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

চৰাইদেউৰ সোণাৰি জোঁকতলী চাহ বাগিছা প্ৰেক্ষাগৃহৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট (আছা)ৰ জোঁকতলী চাহ বাগিছাত।
অৱসৰপ্ৰাপ্ত শ্ৰমিকক ধমকী, ভাবুকি দি ঘৰ খালী কৰাৰ প্ৰতিবাদত বহিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, (আছা)ৰ কৰ্মীসকল।


টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জোঁকতলী প্ৰাথমিক গোটৰ সহযোগত (আছা)ৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট।বাগিছা কৰ্তৃপক্ষ আৰু মেনেজমেণ্টক তীব্ৰ সকিয়নী প্ৰদান সংগঠনটোৰ।

ৰিপ’ৰ্ট, ফাৰহান লস্কৰ, (জয়সাগৰ)

Related Articles