Breaking

মধ্যপ্ৰদেশত ৪ ভৰিৰে জন্ম এটি শিশু

0 62

মধ্যপ্ৰদেশত ৪ ভৰিৰে জন্ম হোৱা এটি শিশু!মধ্যপ্ৰদেশৰ গ্ৱালিয়ৰৰ এগৰাকী মহিলাই চাৰি ভৰিৰ কন্যা সন্তান জন্ম দিলে।

জয়ৰোগ্য হাস্পতাল গ্ৰুপৰ অধীক্ষক ডাঃ আৰ কে এছ ঢাকাদে এ এন আইক কয় যে, “ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত ইস্কিঅ’পাগাছ বুলি কোৱা হয়।

অতিৰিক্ত ভৰি দুখন…নিষ্ক্ৰিয়।” ঢাকাদে লগতে কয় যে পৰীক্ষাৰ পিছত…সেই ভৰি দুখন অস্ত্ৰোপচাৰৰ জৰিয়তে আঁতৰাই পেলোৱা হ’ব যাতে তাই স্বাভাৱিক জীৱন যাপন কৰিব পাৰে।

Leave A Reply