Breaking

মুকালমুৱাৰ নাৰুৱাত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ উদ্যোগত বৃহৎ সমদল…

0 23

মুকালমুৱাৰ নাৰুৱাত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ উদ্যোগত নাৰী শক্তি বন্দনা যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। নাৰী শক্তি বন্দনা যাত্ৰা কাৰ্যসূচীত উলিওৱা হয় বৃহৎ সমদল। বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত উলিওৱা সমদলত শ শ মহিলাই অংশগ্ৰহণ কৰে।

নাৰুৱাস্থিত কেকান কাপলাবড়ী পঞ্চায়তৰ কাৰ্যালয় চৌহদৰ পৰা সমদল উলিৱাই বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে মহিলা সকলৰ বাবে ৰূপায়ন কৰা আচনি সমূহৰ সজাগ কৰে। পুনৰ মোডীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰিবলৈ নাৰী শক্তিয়ে পূৰ্ণ সমৰ্থন দিবলৈ ওলাই আহিছে মহিলা সকল।

Leave A Reply