Breaking

বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বৰঘোলা-কাহিবাৰী সংযোগী আই নদীৰ দলঙত বাইক দুৰ্ঘটনা…

0 86

বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বৰঘোলা-কাহিবাৰী সংযোগী আই নদীৰ দলঙত বাইক দুৰ্ঘটনা।

AS19Q0642 আৰু AS19 S5970 নম্বৰৰ বাইক Super Splendor আৰু R15 দুখনৰ মুখামুখি সংঘৰ্ষত চাৰিজন লোক গুৰুতৰভাবে আহত।

দুজনক সংকটজনক অৱস্থাত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।
আন দুজন সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন।

মাণিকপুৰৰ পৰা মফিদুল ইছলামৰ প্ৰতিবেদন


Leave A Reply