Breaking

দিল্লীৰ দ্বাৰকা অঞ্চলত বনকৰা কিশোৰীৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগত দম্পতী পৰিল আৰক্ষীৰ জালত…

0 51

বনকৰা কিশোৰীৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগত দম্পতী পৰিল আৰক্ষীৰ জালত। দীৰ্ঘদিন ধৰি ১০ বছৰীয়া বনকৰা কিশোৰীগৰাকীক চলাই আহিছিল মহিলা পাইলট আৰু তেওঁৰ বিমান কৰ্মী স্বামীয়ে।

অৱশেষত ৰাইজে দম্পতীটোক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই গতাই দিয়ে আৰক্ষীক। দক্ষিণ-পশ্চিম দিল্লীৰ দ্বাৰকা অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

শিশু শ্ৰমিক আইন উলংঘনৰ অভিযোগত দম্পতীটোৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে একাধিক গোচৰ।

Leave A Reply