পছৰীয়াত মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কালিচান্দ সেনে উদ্বোধন কৰে এখন শ্মশান…

আজি পছৰীয়াত মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কালিচান্দ সেনে অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া অভাৱ শ্মশান এখন উদ্বোধন কৰে।লগতে এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী।

ইমান দিনে আত্মীয়স্বজন সৎকাৰৰ সমস্যাত ভুগি থকা ভূমিহীন লোকসকল এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সুখী অনুভৱ কৰি স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীক স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।

Related Articles