Breaking

ৰঙিয়া মৰাণজানাত ভয়ংকৰ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু…

0 21

ৰঙিয়া মৰাণজানত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । গুৱাহাটী অভিমুখী এখন এল পি জি কঢ়িওৱা বাহনে এজন

চাইকেল আৰোহিক মহতীয়াই নিয়াৰ ফলত ঘটনাস্থলীতে নিহত হয় চাইকেল আৰোহীজন । জানিব পৰা মতে চাইকেল আৰোহিজন ৰঙিয়া বড়িগোগৰ মিন্টু বৈশ্য বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো ৰঙিয়া আৰক্ষী থানালৈ লৈ যায় ।

Leave A Reply