Breaking

বিদ্যুৎ সংসোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীতবিদ্যুৎ কৰ্মীৰ দিনজোৰা ধৰ্মঘট…

0 101

সৰ্বভাৰতীয় বিদ্যুৎ কৰ্মী অভিজন্তাৰ সমন্ময়ৰক্ষী সমিতিৰ আহ্বানত জনসাৰ্থ বিৰধী বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবিত ৮ আগষ্টত সমগ্ৰহ ভাৰতবৰ্ষ লগতে আজি ডিব্ৰুগড় জিলাতো বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ ক পতিবাদ জনায় সৰ্বাত্মক ধৰ্মঘট দিনজোৰা কায্যসূচিৰে ৰোপায়নণ কৰা দেখা পোৱা যায় ।

লগতে বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, সকলো বিদুৎকৰ্মি সুৰক্ষা অৰু নিৰিপত্তা সুনিচ্চিত কৰক,অসম চৰকাৰ সুচিয়াৰ ,ৰাজহোৱা বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, পুৰনা পেঞ্চন নিধী বাহাল ৰাখক,থলোৱা লোকৰ নিযুক্তি বহাল ৰাখক অসম চৰকাৰ হায় হায় । কেন্দিয় চৰকাৰ হায় হায়। অস্তায়ী কৰ্মচাৰি চাকৰি নিয়মীয়া কৰন কৰক। বিজেপি চৰকাৰ হায় হায় পাৱাৰ ৱ’কাৰ্চ্‌ ইউনিয়ন জিন্দাবাদ আদি শ্লগান দি প্ৰতিবাদ হাব্যস্ত কৰে লগতে আনাগত দিনত এনেধৰনে ৰাজহুৱা খণ্ডক ব্যক্তি গতকৰণ নকৰিবৈল চৰকাৰক আহ্বান জনায়।

এনে বিলৰ পক্ষত থাকিলে জনসাধাৰনৰো অপকাৰ কৰিব বুলি জিনিবলৈ দিয়ে। চৰকাৰক জনসাৰ্থ বিৰোধী বিদ্যুৎ সংসোধনি বিধেয়ক -২০২২ আৰু ব্যক্তিগতকৰন নিতি বন্ধ কৰিবলৈ আহ্বান জনায় অন্যঠা অনাগত দিনত আৰু জংগি আৰু সৰ্বাত্মক অন্দোলনৰ কাৰ্যসূচি ৰূপায়নৰ কৰিব বুলি জানিবলৈ দিয়ে ।

কাৰ্যসুচিত উপস্তিত থাকে শ্ৰীযুত ৰঞ্জন দত্ত ,শ্ৰীযুত প্ৰাঞ্জল বৰঠাকুৰ ,শ্ৰীমতী নীলাঞ্জনা হাজৰিকা, দেনিয়েল আহম্মেদ বিতুপন পাথৰিকে ধৰি কেইবাজনো শিৰ্ষ পয্যায়ৰ বিষয়াৰ উপস্তিতিত লগতে বহুত সংক্ষ্যক কৰ্মচাৰি উপস্তিতি দেখাপোৱ যায়।

পাৱাৰ ৱকাচ্‌ ইউনিয়নৰ হৈ শ্ৰীযুত চুশেন গগৈ শ্ৰীযুত লিলা চংমায় শীযুত থানুৰাম ফুঁকন সংম্প্ৰাদক বিপ্লব গোঁহাই, অপূৰ্ব ফুঁকন ,গ্ৰিছ গোৱালা,উৎপল হাজৰিকা শ্ৰীবিপুল কোঁৱৰ ৰাতুল তালোকদাৰ লগতে ডিব্ৰুগৰ মণ্ডলৰ বহু সংক্ষ্যক কৰ্মচাৰিয়ে হাতে হাতে প্লে কাৰ্ঢ লৈ আজি ডিব্ৰুগড জিলা মূক্ষ্য কাৰ্যবাহি বিষয়াৰ কায্যালয়ৰ সন্মুখত পতিবাদী কায্সুচী সাব্যস্ত কৰা দেখা পোৱা যায়।

Leave A Reply