Breaking

মাজুলীৰ চেলেক চাপৰিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত…

0 45

মাজুলীৰ চেলেক চাপৰিত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল চাৰিটাকৈ বাসগৃহ।

অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত। চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। যাতায়াতৰ

দুৰৱস্থাৰ বাবে সময়মতে উপস্থিত হ’ব নোৱাৰিলে অগ্নিনিৰ্বাপক বাহিনী।

Leave A Reply