Breaking

বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ শ্যামকানু মহন্তৰ এক ফেচবুক পোষ্ট, লগে লগে তোলপাৰ সামাজিক মাধ্যম

0 280

ইলেকট্ৰিচিটি বিল এইবাৰ আমাৰ ঘৰত প্ৰায় ৭৫০০ টকা আহিছে। সাধাৰণতে বিল ৪৫০০ টকা মান হয়। বাকী বহুতৰো এনেকুৱা বিল আহিছে বুলি গম পাইছো। মিটাৰৰ সমস্যাই বিল বঢ়াইছে বুলি কোৱা হৈছে। যোৱাটো মাহত গৰম কমিছেহে, তেনে স্থলত সেই সময়ছোৱাত ইমান বিল হোৱাৰ কাৰণ নাই। কিবা এটা গণ্ডগোল আছে, Assam Power Distribution Company Limited কথাখিনি পুনৰ পৰীক্ষা কৰক। মাননীয় মন্ত্ৰী Nandita Gorlosa ৰ দৃষ্টি আকৰ্ষণ কৰিলো। Himanta Biswa Sarma

ৰাজ্যজুৰি ক্ষোভ বৃদ্ধি পোৱাত APDCLৰ স্পষ্টীকৰণ, “প্ৰচণ্ড গৰমৰ বাবেহে বৃদ্ধি হৈছে বিদ্যুৎ মাচুল”

Leave A Reply