Breaking

দুধনৈত নিশা ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হয় ৪টাকৈ ভাড়াঘৰৰ কোঠা…

0 18

দুধনৈত নিশা ভয়ংকৰ অগ্নিকাণ্ড। চহৰখনৰ মাজমজিয়াৰ চন্দন সাহা নামৰ লোকজনৰ বাসগৃহত লাগে জুই।

জ্বলি ভস্মীভূত হয় সাহাৰ ৪টাকৈ ভাড়াঘৰৰ কোঠা। ভস্মীভূত লক্ষাধিক টকাৰ সা-সামগ্ৰী।

শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।

Leave A Reply