November 5, 2023 বুঢ়াচাপৰি অভয়াৰণ্যত বেদখলকাৰীৰ আক্ৰমণত আহত এজন বনকৰ্মী… Share FacebookTwitterWhatsAppTelegramKooEmail বুঢ়াচাপৰি অভয়াৰণ্যত বেদখলকাৰীৰ দৌৰাত্ম্য। অভয়াৰণ্যখনত বনকৰ্মী-বেদখলকাৰীৰ মাজত মাৰপিট। আৰিমাৰি বন শিবিৰৰ ভূমি দখলমুক্ত কৰিবলৈ যোৱাৰ সময়তে এই ঘটনা। বেদখলকাৰীৰ আক্ৰমণত আহত এজন বনকৰ্মী। Author: দৈনন্দিন বাৰ্তা Related Articles অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026