বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ভূঞাখাট ভিচিডিচিৰ অন্তৰ্গত ডলাগ্ৰেণ্ট গাঁওৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংঘৰ সৌজন্যত আজি চাৰিদনীয়া ফুটবল খেল প্ৰতিযোগীতাৰ সুভৰাম্ভণি কৰে।।ডলাগ্ৰেণ্ট গাঁৱৰ খেলপথাৰত অনুষ্ঠিত কৰা চাৰিদিনীয়া ফুটবল খেল প্ৰতিযোগীতাত খৈৰা ব্লক উপিপিএলৰ সভাপতি ভূৱন চন্দ্ৰ বড়োয়ে সুভউদ্ধোধন কৰি কয় যে।বিগত দুটা বছৰে কৰো’না মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত ৰাজোহুৱা অনুস্থান এনেধৰণৰ খেল প্ৰতিযোগীতা আয়োজন কৰিব পৰা নাছিল।কিন্তু এইবেলি কৰো’না মহামাৰী প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাত ডলাগ্ৰেণ্ট কলাগুৰু বিষ্ণুৰাভা সংঘৰ সৌজনত অনুষ্ঠিত কৰা এই ফুটবল খেল প্ৰতিযোগিতাৰ ফলত খেলুৱৈ সকল অধিক উৎসাহিত হ’ব বুলি মন্তব্য দাঙি ধৰে।
Breaking
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কোন ধুনীয়া উৰ্ফিনে, জিঅৰ্জিয়া? উৰ্ফি জাভেদতকৈ হট আৰবাজ খানৰ ৫০বছৰীয়া প্ৰেমিকা জিঅৰ্জিয়া এন্দ্ৰিয়ানি! ফটো চাওক…
- আপুনি দুৰ্বল চুলিৰ গৰাকী নেকি? গতিকে এনেদৰে নৰসিংহ পাত ব্যৱহাৰ কৰক…
- প্ৰকৃতিয়ে বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ, প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব…
- মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ! পতন JDU-BJP চৰকাৰ।নতুন চৰকাৰ গঠনৰ দাবী…
- আলিয়াৰ গৰ্ভধাৰণৰ বিষয়ে কৰীণা কাপুৰে ক’লে – ‘মইও কম বয়সতে গৰ্ভৱতী হৈছিলোঁ’…
- ছ’চিয়েল মিডিয়াত নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে উৰ্ফিয়ে! কিয় এগৰাকী অভিনেত্ৰীক লক্ষ্য কৰি লৈছে উৰ্ফিয়ে…
- স্বাধীনতা দিৱসৰ সংগতি ৰাখি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষীৰ ফ্লেগমাৰ্চ
- অভয়াপুৰীত ১০০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকাৰে “ত্ৰিৰংগা যাত্ৰা”
- ওদালগুৰি জিলা আপকু’ৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ পবিত্ৰ স্মৃতিত সাংবাদিক সংহতি দিৱস পালন
- বিদ্যুৎ সংসোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীতবিদ্যুৎ কৰ্মীৰ দিনজোৰা ধৰ্মঘট…