Breaking

বৰপথাৰত আৰক্ষীৰ জালত চাৰিজনীয়া নাৰী সৰবৰাহকাৰী চক্ৰ

0 567

আৰক্ষীৰ জালত চাৰিজনীয়া নাৰী সৰবৰাহকাৰী চক্ৰ

বৰপথাৰ আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিছে চাৰিটা নাৰী সৰবৰাহকাৰীক

বৰপথাৰ নগৰৰ এটা ভাৰাঘৰত মাতৃৰ সৈতে আছিল যুৱতী গৰাকী

দৰিদ্ৰ পৰিয়ালৰ যুৱতী গৰাকীক বিয়াৰ প্ৰলোভনেৰে লৈ গৈছিল জয়নাল হক নামৰ যুৱক এজনে

প্ৰায় এসপ্তাহ ভাড়াঘৰত ৰখাৰ পাছত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিলগাৱত এৰি থৈ যায় যুৱতী গৰাকীক

যুৱতী গৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত বৰপথাৰ আৰক্ষীয়ে অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰে জয়নাল আলীৰ লগতে ঘটনাৰ লগত তিনি অভিযুক্তক

আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী কেইটা হৈছে চাহাদুল হক, আব্বাছ আলী আৰু মোজাকিৰ হুছেইন

আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী কেইটাৰ ঘৰ ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ফুলকাটাৰীত

বৰপথাৰৰ আশে পাশে দীৰ্ঘদিনৰ পৰা পকা কামত নিয়োজিত হৈ আছিল চাৰি অভিযুক্ত

Leave A Reply