Breaking

বন্দে ভাৰতত উঠি প্ৰধানমন্ত্ৰী মোদীৰ বাবে কবিতা আবৃত্তি এগৰাকী ছোৱালীৰ

0 62

শনিবাৰে তেওঁ ফ্লেগ অফ কৰা ছিকেণ্ডৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছত থকা ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এগৰাকী ছোৱালীয়ে প্ৰধানমন্ত্ৰীৰ আগত এটা কবিতা আবৃত্তি কৰিলে য’ত লিখা আছিল, “দেশৰ প্ৰগতি বন্দে ভাৰতৰ দৰে হওক!”

ছাত্ৰ-ছাত্ৰীৰে আগুৰি থকা প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক প্ৰশংসা কৰি কয় যে, “তুমি হিন্দী বৰ ভাল লিখা।”

Leave A Reply