Breaking

ডিব্ৰুগড় বাইপাছৰ বকপৰা-খনিকৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা…

0 44

ডিব্ৰুগড় আৰক্ষীৰ কাণ্ডজ্ঞানহীনতাৰ কৰুণ পৰিণতি। আৰক্ষীয়ে হঠাৎ স্থাপন কৰা বেৰিকেডৰ ফলত ভয়ংকৰ দুৰ্ঘটনা।

ডিব্ৰুগড় বাইপাছৰ বকপৰা-খনিকৰত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত তিনিজন।

বলেৰ’ পিকআপ-ডাম্পাৰৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে দুয়োখন বাহন।

Leave A Reply