February 1, 2024 ধেমাজিৰ তেলিজানত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত… Share FacebookTwitterWhatsAppTelegramKooEmail ধেমাজিৰ তেলিজানত নিশা ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই তেলিজান নদীত পৰিল মাৰুতি অল্ট’। দুৰ্ঘটনাত আহত গাড়ীখনৰ চালক সত্য চাংমাই। স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ চালকজনক। Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ দৈনন্দিন বাৰ্তা - April 25, 2026 নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬ সংসদত গৃহীত নোহোৱাৰ প্রতিবাদত গুৱাহাটীৰ ৰাজপথত মহিলাৰ বিশাল জন আক্রোশ সমদল দৈনন্দিন বাৰ্তা - April 23, 2026