Breaking

নাজিৰাৰ শিমলুগুৰিস্থ বগৰিগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা…

0 34

✍️নাজিৰাৰ শিমলুগুৰিস্থ বগৰিগুৰিত যোৱা নিশা ভয়ংকৰ পথ দুৰ্ঘটনা |

✍️কয়লাভৰ্তি AS 25 AC 0882 ট্ৰাকে মহটিয়াই নিলে এজন লোকক |

✍️থিতাতে নিহত দুদু চাংমাই নামৰ লোকজন |

✍️দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে |

✍️আনহাতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে

Leave A Reply