Breaking

নগাঁৱৰ ডিমৰুগুৰিত দেওবাৰৰ নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা…

0 51

নগাঁৱৰ ডিমৰুগুৰিত দেওবাৰৰ নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ দাঁতিত ৰাখি থোৱা ই-ৰিক্সাত প্ৰচণ্ড খুন্দা দুই বাইক আৰোহীৰ।

গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত দুয়োজন মটৰ চাইকেল আৰোহী। ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১ ঘন্টাৰ পাছতহে ঘটনাস্থলীত উপস্থিত আৰক্ষী।

আঘাতপ্ৰাপ্ত বাইক আৰোহী দুয়োজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।সংকটজনক অৱস্থাত দুই বাইক আৰোহীক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

Leave A Reply