Breaking

কৰিমগঞ্জৰ চুৰাইবাড়ীত বুজন পৰিমাণৰ কফ ছিৰাপ জব্দ ! দুজন সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে…

0 69

কৰিমগঞ্জৰ চুৰাইবাড়ীত বুজন পৰিমাণৰ কফ ছিৰাপ জব্দ।


৩৮,২০০টা বটল নিচাযুক্ত কফ ছিৰাপ জব্দ চুৰাইবাড়ী আৰক্ষীৰ।

এখন ট্ৰাকত অভিযান চলাই উদ্ধাৰ কৰে কফ ছিৰাপখিনি।

২১৫টা পেকেটত এই কফ ছিৰাপখিনি সৰবৰাহৰ চেষ্টা চলাইছিল। চন্দ্ৰশেখৰ তেৱাৰী, ৰামসাগৰ তেৱাৰী নামৰ দুটা সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে।

Leave A Reply