Breaking

মণিপুৰী বিদ্ৰোহীয়ে লুকুৱাই ৰখা অস্ত্ৰভাণ্ডাৰৰ অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ…

0 26

মণিপুৰী বিদ্ৰোহীয়ে লুকুৱাই ৰখা অস্ত্ৰভাণ্ডাৰৰ সন্ধানত অভিযান। সেনা-আৰক্ষীৰ উমৈহতীয়া অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ।

পাহাৰীয়া-উপত্যকাৰ অঞ্চলসমূহৰ পৰা উদ্ধাৰ বিস্ফোৰক সামগ্ৰী। ইম্ফলৰ কাংপকপি জিলা, ডাম্পী ৰেঞ্জৰ বিষ্ণুপুৰত চলিল অভিযান ।

উদ্ধাৰ মেগজিনসহ 9mm পিষ্টল, হেণ্ড গ্ৰেনেড, স্ম’ক গ্ৰেনেড। ছিংগল ব’ৰ বেৰেল গানো উদ্ধাৰ কৰে সেনা-আৰক্ষীয়ে।

Leave A Reply