Breaking

দেহত ৮৯ হাজাৰ টকীয়া শাৰী, হাতত ১৮ হাজাৰ ৫০০ টকীয়া বেগ লৈ কেমেৰাৰ সন্মুখত ছাৰা…

0 48

জনপ্ৰিয় অভিনেতা ছেইফ আলী খান আৰু অমৃতাৰ কন্যা ছাৰা আলী খান বলীউডৰ অন্যতম শীৰ্ষ অভিনেত্ৰী। ছাৰাৰ অভিনয়ৰ সমান্তৰালকৈ তেওঁৰ ফেশ্বন দেখি উন্মাদ হৈ পৰে অনুৰাগী। শেহতীয়াকৈ ছাৰা আলী খানে শাৰী পিন্ধি কিছু ছবি শ্বেয়াৰ কৰিছে। কিন্তু, অনুৰাগীয়ে তেওঁ চেহেৰাৰ লগতে শাৰীখনৰ দামৰ প্ৰতিও গুৰুত্ব দিছে। ছাৰাৰ এই শাৰীৰ দাম ৮৯ হাজাৰ। তাৰোপৰি ছাৰাৰ হাতত দেখা বেগটোও খুব দামী। আহকচোন ছাৰাৰ ষ্টাইলিছ ষ্টাইল চাওঁ। শাৰী ষ্টাইলতো ছাৰাক বৰ ধুনীয়া দেখা গৈছে। ফুলৰ শাড়ীৰ সৈতে মেচিং ব্লাউজ পিন্ধিছে ছাৰাই।

এই ব্ৰেণ্ডৰ অফিচিয়েল ৱেবছাইট অনুসৰি এই শাৰীৰ দাম ৮৯ হাজাৰ ৫০০ টকা। ইয়াৰ বাহিৰেও ছাৰাই শাৰীৰ লগত পিন্ধা ব্লাউজটোৰ মূল্য ১৯ হাজাৰ ৫০০ টকা। আনহাতে ছাৰাই হাতত লৈ থকা এই বেগটোৰ মূল্য ১৮ হাজাৰ ৫০০ টকা। বেগটো শাৰী আৰু ব্লাউজৰ লগত মিল আছে।

Leave A Reply