Breaking

মৰিগাঁও জিলাৰ মায়ঙৰ আশীঘৰত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড…

0 28

মৰিগাঁও জিলাৰ মায়ঙৰ আশীঘৰত মঙলবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত এটা পৰিয়ালৰ ঘৰ- বাৰী,সা-সম্পত্তি জাহ যায়।

Blazing fire flame black and white for background and abstract

গাঁৱখনৰ ৰোহিত মিঞা নামৰ লোকজনৰ ঘৰত জুই লগা বুলি জানিব পৰা গৈছে। জুইৰ লেলিহান শিখাই নিমিষতে সকলো সা-সম্পত্তি,নথি-পত্ৰ চাৰখাৰ কৰে।

বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

Leave A Reply