August 30, 2023 গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত… Share FacebookTwitterWhatsAppTelegramKooEmail গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড। ভস্মীভূত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহ। লগতে ভস্মীভূত হয় কেইবাখনো বাহন, বিভিন্ন সামগ্ৰী। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 মৃ*ত্যু*ৰ পূৰ্বেই সৎকাৰৰ বাবে সকলোসামগ্ৰী যোগাৰ কৰি চৰম পন্থা বাচিল’লে শিক্ষক দম্পতীয়ে… দৈনন্দিন বাৰ্তা - April 22, 2026 কৃত্ৰিম বানত বুৰিল গুৱাহাটীঃ জিলা আয়ুক্তৰ জৰুৰী নিৰ্দেশনাত সোমবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ দৈনন্দিন বাৰ্তা - April 20, 2026