August 26, 2023 মণিপুৰত শোৱাপাটীৰ পৰা অপহৰণ কৰি সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা… Share FacebookTwitterWhatsAppTelegramKooEmail মণিপুৰত পুনৰ এজনক গুলীয়াই হত্যা। শোৱাপাটীৰ পৰা অপহৰণ কৰি নি গুলীয়াই হত্যা। বিষ্ণুপুৰ জিলাৰ কুম্বি ২ নং ৱাৰ্ডত এই ঘটনা। খাংগেনবাম সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা। ঘটনাৰ আঁৰত বিদ্ৰোহী সংগঠন UNLF জড়িত থকাৰ সন্দেহ। Author: দৈনন্দিন বাৰ্তা Related Articles ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে বান দুৰ্গত ৰাইজলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৩ লাখ টকা অনুদান। দৈনন্দিন বাৰ্তা - August 19, 2026 কৃষকসকলৰ বাবে ‘মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা’, লোকপিয়লক লৈও মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য দৈনন্দিন বাৰ্তা - August 17, 2026 বিজেপিৰ নতুন সাংগঠনিক নিযুক্তি ঘোষণা, ৰাষ্ট্ৰীয় সম্পাদকৰ তালিকাত অসমৰ মৃগাংক বৰ্মন দৈনন্দিন বাৰ্তা - August 17, 2026