February 8, 2024 মহানগৰীৰ গণেশগুৰিত ৭মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত… Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড। ৭মহলীয়া অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। হাহাকাৰ অৱস্থা । অগ্নি নিৰ্বাপক বাহিনী ইতিমধ্যে উপস্থিত হৈছে । জুই নুমুৱাবলৈ চেষ্টা অব্যাহত আছে অগ্নি নিৰ্বাপক বাহিনীৰ । Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026